Socialভাৰত

অসুস্থ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, AIIMS হাস্পতালত চিকিৎসাধীন প্ৰধানমন্ত্ৰীগৰাকী…

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৯ এপ্ৰিলত কৰ'না ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী। সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ ড০ মনমোহন সিঙৰ পূৰ্বে দুবাৰকৈ বায়পাছ ছাৰ্জাৰী কৰোৱা হৈছে।

অসুস্থ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। দিল্লীৰ AIIMS হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

জ্বৰ আৰু দুৰ্বলতাত ভুগি থকা ৮৮ বছৰীয়া বলিষ্ঠ নেতাগৰাকীক বুধবাৰে দিল্লীৰ AIIMSৰ CN টাৱাৰত ভৰ্তি কৰোৱা হয়। প্ৰাক্তন নেতা গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে মেডিকেল ব’ৰ্ড।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৯ এপ্ৰিলত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী। সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ ড০ মনমোহন সিঙৰ পূৰ্বে দুবাৰকৈ বায়পাছ ছাৰ্জাৰী কৰোৱা হৈছে।

২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালিছিল ড০ মনমোহন সিঙে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 6 =

Back to top button