অসমবিশ্বভাৰতশিল্পীসংগীতসংস্কৃতি

জুবিন গাৰ্গৰ মৃ/ত্যুৱেও ৰচিলে‌‌ ইতিহাস

গ্লৱেল আইকন হৈ পৰিল জুবিন গাৰ্গ

জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কৈ বা লিখি শেষ কৰাটো জটিল। জীৱনৰ ৫২ টা সোণালী বৰ্ষত ৪০ টা ভাষাত ৩৮ হাজাৰ গীতেৰে ইতিহাস‌ ৰচিছিল জুবিন গাৰ্গে। তেখেতৰ প্ৰতিটো গীততেই প্ৰকাশ পায় এটি এটি কাহিনী, যি প্ৰতিগৰাকী অনুৰাগীৰ হৃদয়ত এক বিশেষ সাঁচ বহুৱায়।

চলিত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিও ইতিহাস ৰচি গʼল জুবিন গাৰ্গে। তেখেতৰ অন্তিম যাত্ৰাৰ সমভাগী হʼবলৈ ভিৰ কৰিলেহি ১০ লক্ষাধিক লোকে। ই আছিল বিশ্বৰ চতুৰ্থ বৃহৎ আৰু এচিয়াৰ সৰ্ববৃহৎ সমদল।

কেৱল এয়াই নহয়,‌ বিশেষ ১৯৫ খন দেশৰ ১১৪ খন দেশে ইন্টাৰনেটৰ জড়িয়তে Search কৰিলে জুবিন গাৰ্গৰ নাম। লগে লগে গ্লৱেল আইকন হিচাপে জনাজাত হৈ পৰিল জুবিন গাৰ্গ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.