AssamInternationalnationalPMo indiaRegionalSocialSocial Networkঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকপৰিৱেশবতৰশিক্ষা

গৰম বন্ধ !

৩দিনলৈ পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান!

২৫ এপ্ৰিলৰ পৰা গৰম বন্ধ! আজিৰে পৰা আগন্তুক ৩দিনলৈ পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান! ডাঙৰ সিদ্ধান্ত হ’লে এইখন ৰাজ্য চৰকাৰে! উৎকট গৰমৰ মাজতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে ৰাজ্যখনত ৩ দিনৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছিল। ২৫ এপ্ৰিলৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা ৰাজ্য চৰকাৰখনৰ । ৰাজ্যজুৰি বন্ধ থাকিব বিদ্যালয় । কেৱল সেয়াই নহয়, উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ​​২২ এপ্ৰিলৰ পৰা পুৱাৰ বিদ্যালয় খোলা হ’ব বিদ্যালয় কৰা হব পাঠদান । ২২, ২৩ আৰু ২৪ এপ্ৰিলত পুৱা ৬:৩০ বজাৰ পৰা ১০:৩০ বজালৈ খোলা থাকিব বিদ্যালয়। সকলো চৰকাৰী বিদ্যালয়, ব্যক্তিগত আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম । গ্ৰীষ্মকালীন ছুটীৰ সময়ত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত শিক্ষা আৰু শৈক্ষিক কাৰ্যসূচীৰ বাবে ৰাজ্যিক প্ৰাথমিক শিক্ষা সঞ্চালক, ৰাজ্যিক মাধ্যমিক শিক্ষা সঞ্চালক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ প্ৰত্যক্ষ তত্বাৱধানত বিদ্যালয়সমূহ পৰিচালনা কৰা হ’ব । উৎকট গৰমৰ বাবে ওড়িশা চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 3 =

Back to top button