Social Networkঅৰ্থনৈতিকজীৱনশৈলীপ্ৰযুক্তিবিজ্ঞানভাৰত

আহি আছে 5G নেটৱৰ্ক

দেশৰ প্ৰথম লাইভ নেটৱৰ্ক 5G প্ৰদৰ্শন কৰিব এয়াৰটেলে

চলিত বছৰৰ আৰম্ভণিতে, এয়াৰটেল লাইভ নেটৱৰ্কত 5G প্ৰদৰ্শন কৰা দেশৰ প্ৰথম টেলিকম কোম্পানী হিচাপে পৰিগণিত হয়।

দেশত 5G নেটৱৰ্ক স্থাপনৰ বাবে ভাৰতী এয়াৰটেলে দেশৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানী টাটা কন্সালটেন্সি ছাৰ্ভিচ (TCS)ৰ সৈতে অংশীদাৰিত্বৰ চুক্তি কৰিছে। এই অংশীদাৰিত্বত TCSএ ইয়াৰ গোলকীয় প্ৰণালী একত্ৰীকৰণ দক্ষতাৰ সৈতে 3GPP আৰু O-RAN দুয়োটা মানৰ বাবে এণ্ড-টু-এণ্ড সমাধান সৃষ্টি কৰাত সহায় কৰিব।

এয়াৰটেল 5G নেটৱৰ্ক মুকলি কৰিবলৈ জানুৱাৰী  মাহৰ পৰা TCSৰ পৰীক্ষণ আৰম্ভ হ’ব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই পৰীক্ষণ পৰিচালনা কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.