অসম

তিনিচুকীয়াত মাৰণাস্ত্ৰসহ আটক NSCN(IM)ৰ দুই কেডাৰ…

এজন লিংকমেনৰ সহযোগত নামটক আৰু অসমৰ জাগুনত ব্যাপক হাৰত ধনদাবী কৰি আহিছিল দুই সদস্যই।

অৰুণাচলৰ নামটকত বৃহৎ মাৰণাস্ত্ৰসহ আটক NSCN(IM)ৰ দুই কেডাৰ। দেওবাৰে, তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে দুজন কিশোৰক। আটকাধীন সদস্য দুগৰাকী হৈছে ক্ৰমে যঙগ চেন খোচা(১৬) আৰু নগলেট নাংপা(১৩)।দু ই সদস্যৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা HK ৰাইফল, দুটা IED, ২৮৩ ৰাউণ্ড সজীৱ গুলি, তিনিখন ATM আৰু তিনিটা ম’বাইল ফোন।

 

তিনিচুকীয়াত মাৰণাস্ত্ৰসহ আটক NSCN(IM)ৰ দুই কেডাৰ...

এজন লিংকমেনৰ সহযোগত নামটক আৰু অসমৰ জাগুনত ব্যাপক হাৰত ধনদাবী কৰি আহিছিল দুই সদস্যই। এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে তিনিচুকীয়া ৰে’লৱে ষ্টেচনত আটক কৰে NSCN(IM)ৰ দুই সদস্যক। পৰৱৰ্তী সময়ত দুয়োকে লগত লৈ নামটকত অভিযান চলাই উজনিৰ DIG জিৎমল দলে আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষক ৰিপুঞ্জয় কাকতীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ ভাণ্ডাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 20 =

Back to top button