Covid-19আন্তঃৰাষ্ট্ৰীয়ভাৰতস্বাস্থ্য

COVISHIELD আৰু COVAXINএ পালে ‘গ্ৰীণ পাছ’, ইউৰোপিয়ান ইউনয়নে দিলে অনুমোদন

ইউৰোপ ইউনিয়ৰ ৰাষ্ট্ৰলৈ শীঘ্ৰে উৰা মাৰিব পাৰিব যাত্ৰী

ইউৰোপ ইউনিয়ৰ ৰাষ্ট্ৰলৈ শীঘ্ৰে উৰা মাৰিব পাৰিব যাত্ৰী। ভাৰতৰ চিৰাম ইনষ্টিটিউটত নিৰ্মিত ক’ভিড ভেকচিনৰ চিনাক্তকৰণ কৰিলে ছুইজাৰলেণ্ড, আইচলেণ্ডৰ লগতে আন ৭ খন ইউৰোপীয় ৰাষ্ট্ৰই।

আনহাতে, অষ্ট্ৰিয়া, জাৰ্মানী, শ্ল’ভেনীয়া, গ্ৰীচ, আইচলেণ্ড, আয়াৰলেণ্ড, এচটনিয়া আৰু স্পেইনে ইতিমধ্যে Covishieldৰ ভ্ৰমণ প্ৰৱেশ নিশ্চিত কৰিছে। ভাৰতত নিৰ্মিত ক’ভিড ভেকচিন Covishield আৰু Covaxinৰ বাবে ভ্ৰমণ প্ৰৱেশ চিনাক্ত কৰিব এচটনিয়াই।

উল্লেখযোগ্য যে, চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই European Medicines Agencyক Covishield আৰু Covaxinৰ গ্ৰীণ পাছ(Green Pass)ৰ অনুমোদন দিবলৈ আৱেদন দাখিল কৰাৰ পাছতে বৃহস্পতিবাৰে ইউৰোপিয়ান ইউনয়নে এই গ্ৰীণ পাছ(Green Pass)ৰ সুবিধা আৰম্ভ কৰিছে। এই সুবিধা অনুসৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ দ্বাৰা অনুমোদিত ভেকচিন গ্ৰহণ কৰাৰ পাছত ইউৰোপ ইউনিয়নৰ ২৭ খন ৰাষ্ট্ৰত ভ্ৰমণ কৰিব পাৰিব যাত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.