অপৰাধঅসমঅসম আৰক্ষী

সতীৰ্থ আৰক্ষীৰ গুলীত নিহত আৰক্ষী। তেজেৰে ৰাঙলী থানাৰ মজিয়া

৩ জাঁই গুলীৰে ধৰাশায়ী সতীৰ্থ গকুল বসুমতাৰী

৩ জাঁইকৈ গুলীৰ শব্দত কঁপি উঠিল সোণাৰী থানা। আৰক্ষীৰ তেজেৰে ৰাঙলী হ’ল থানাৰ মজিয়া। আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক। সতীৰ্থ গকুল বসুমতাৰীলৈ লক্ষ্য কৰি ৪ জাঁই গুলী বৰ্ষণ কৰিলে দীপক কাকতিয়ে। দীপক কাকতি নামৰ জোৱানজনে ৩ জাঁই গুলীৰে ধৰাশায়ী কৰিলে সতীৰ্থ গকুল বসুমতাৰী। ডিঙিত চাৰিটা গুলী লাগি মৃত্যু গকুল বসুমতাৰীৰ। ঘটনাৰ পিছতে আত্মসমৰ্পণ কৰিলে দীপক কাকতিয়ে। জানিব পৰা মতে, সোমবাৰৰ পৰাই দুয়োজনৰ মাজত লাগি আছিল কাজিয়া। নিহত এ পি বি এন জোৱান গকুল বসুমতাৰীৰৰ ঘৰ চামগুৰিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − ten =

Back to top button