আন্তঃৰাষ্ট্ৰীয়খেল

Tokyo Olympics 2020: মল্লযুঁজত ব্ৰঞ্জৰ পদক জয়ৰে ভাৰতলৈ ষষ্ঠ পদক

ট'কিঅত মল্লযুঁজত পদক জয়ৰে ভাৰতীয় মুখত হাঁহি বিৰিঙাইছে মল্লযুঁজাৰু বজৰংগ পুনিয়াই

টকিঅ’ৰ পৰা ভাৰতলৈ আহিছে অন্য এক সুখবৰ। ট’কিঅত মল্লযুঁজত পদক জয়ৰে ভাৰতীয় মুখত হাঁহি বিৰিঙাইছে মল্লযুঁজাৰু বজৰংগ পুনিয়াই।

ভাৰতৰ হৈ ষষ্ঠটো পদক লাভ কৰে বজৰংগ পুনিয়াই। ৬৫ কেজি পুৰুষৰ শাখাত মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ বজৰং পুনিয়াৰ। কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-০ ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে।

আনহাতে, ভাৰতীয় মহিলা গ’ল্ফ খেলুৱৈ অদিতি অশোকে চতুৰ্থ স্থান দখলেৰে ভাৰতৰ হৈ অলিম্পিকত পদক দখলত ব্যৰ্থ হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.