Covid-19ভাৰত

দৈনিক ১ লাখৰো অধিক লোক আক্ৰান্ত ক’ৰণাত

দেশত ক’ৰণা আক্ৰান্তৰ হাৰ লাহে লাহে হ্ৰাস পাইছে যদিও এতিয়াও দৈনিক ১ লাখৰো অধিক লোক আক্ৰান্ত হৈ আছে ক’ৰণাত। আনহাতে মৃত্যুৰ সংখ্যাও ২,৫০০ৰ পৰা ৩,০০০ৰ মাজত।

বিগত ২৪ ঘণ্টাত ক’ৰণাত ১,২৬,৬৯৮ জন লোক ক’ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২,৭৮২ জনৰ। আনহাতে,  বিগত ২৪ ঘণ্টাত ২,৫৪,৯৭৫ জন লোক সুস্থ হৈ উঠিছে।

বিগত কিছুদিনত দৈনিক প্ৰায় ১০ হাজাৰকৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। ক’ৰণাসৃষ্ট পৰিস্থিতিৰ মাজত এই খবৰে কিছু সকাহ আনিছে দেশবাসীৰ মাজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button