অপৰাধদৈনিক বাতৰি

দেশৰ ভিতৰতে নাৰীজনিত অপৰাধৰ শীৰ্ষত সোণৰ অসম

ৰীজনিত অপৰাধৰ দ্বিতীয় স্থানত আছে উৰিষ্যা আৰু তৃতীয় স্থানত আছে দিল্লী

নাৰীজনিত অপৰাধৰ শীৰ্ষত অসম। ২০২০ চনৰ তথ্য অনুসৰি অসমত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ ২০২০ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। অসমত প্ৰতি ১ লাখ জনসংখ্যাৰ ভিতৰত ১৫৪.৩% নাৰীজনিত অপৰাধ সংঘটিত হৈছে।

একেৰাহে ৪ৰ্থ বৰ্ষৰ বাবে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত অসম। নাৰীজনিত অপৰাধৰ দ্বিতীয় স্থানত আছে উৰিষ্যা আৰু তৃতীয় স্থানত আছে দিল্লী। উৰিষ্যাৰ অপৰাধৰ হাৰ ১১২.৯% আৰু দেশৰ আটাইতকৈ অসুৰক্ষিত চহৰ দিল্লীৰ নাৰীজনিত অপৰাধৰ হাৰ ১০৬.৪%।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.