ভাৰত

প্ৰধানমন্ত্ৰীয়ে কৰা সকলো প্ৰচেষ্টা, পৰিকল্পনা প্ৰকৃতাৰ্থত বিফল! ভোকাতুৰ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ভাৰত

"সবকা সাথ, সবকা বিকাশ" মন্ত্ৰৰে আগবঢ়া মোদীয়ে সৰ্বস্তৰৰ লোকক সামৰি ল'ব পৰা নাই

ভাৰতক অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৰা সকলো প্ৰচেষ্টা, পৰিকল্পনা প্ৰকৃতাৰ্থত যেন বিফল হৈছে। “সবকা সাথ, সবকা বিকাশ” মন্ত্ৰৰে আগবঢ়া মোদীয়ে সৰ্বস্তৰৰ লোকক সামৰি ল’ব পৰা নাই। ভাৰত এতিয়া ভোকাতুৰ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে বিবেচিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কৰা সকলো প্ৰচেষ্টা, পৰিকল্পনা প্ৰকৃতাৰ্থত বিফল! ভোকাতুৰ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ভাৰত

কিছুদিনৰ আগতে প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বৰ ভোকাতুৰ ৰাষ্ট্ৰ সমূহৰ সূচাংকত ১০১নং স্থানত আছে ভাৰত। এই সংখ্যা ভাৰতৰ সীমাতে লাগি থকা আৰু সততে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰি থকা বাংলাদেশ, নেপাল, পাকিস্থানতকৈয়ো উদ্বেগজনকভাবে অধিক।

প্ৰধানমন্ত্ৰীয়ে কৰা সকলো প্ৰচেষ্টা, পৰিকল্পনা প্ৰকৃতাৰ্থত বিফল! ভোকাতুৰ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ভাৰত

উল্লেখ্য যে, ভোকাতুৰ ৰাষ্ট্ৰৰ ক্ষেত্ৰত চীন , কুয়েট, ব্ৰাজিলকে ধৰি ১৮খন ৰাষ্ট্ৰই প্ৰথম স্থান দখল কৰিছে । এই ৰাষ্ট্ৰকেইখনত ভোকাতুৰ জনতাৰ হাৰ ৫ শতাংশতকৈও কম ।

প্ৰধানমন্ত্ৰীয়ে কৰা সকলো প্ৰচেষ্টা, পৰিকল্পনা প্ৰকৃতাৰ্থত বিফল! ভোকাতুৰ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ভাৰত
৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অৱশ্যে ভাৰতৰ স্থান পূৰ্বতকৈ কিছু উন্নত যদিও ভাৰতত ভোকাতুৰৰ হাৰ উদ্বেগজনক ভাবে বৃদ্ধি পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + thirteen =

Back to top button