Covid-19ভাৰতস্বাস্থ্য

ক’ৰোনা পৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠকত বহিব প্ৰধানমন্ত্ৰী

বিগত দুটাসপ্তাহত বৃদ্ধি পাইছে ক’ৰোনা ৰোগীৰ সংক্ৰমণ

◼️আজি ক’ৰোনা পৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠক প্ৰধানমন্ত্ৰীৰ

◼️বিগত দুটাসপ্তাহত বৃদ্ধি পাইছে ক’ৰোনা ৰোগীৰ সংক্ৰমণ

◼️দেশত পুনৰ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

◼️দুপৰীয়া ১২ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ

◼️ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

◼️অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button