শ্ৰেণীবিহীন

আপুনি জানেনে পুষ্পা-২ ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক কিমান?

ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ অধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেতা আল্লু অৰ্জুন।

আহি আছে আল্লু অৰ্জুনৰ পুষ্পা-২। পুষ্পা চিনেমাই খলকনি তোলাৰ পিছতে এতিয়া দৰ বাঢ়িছে অভিনেতা আল্লু অৰ্জুনৰ। ২০২১ চনত মুক্তি লাভ কৰা পুষ্পাৰ বাবে অল্লু অৰ্জুনে লাভ কৰিছিল ৪০ কোটি টকাৰ পাৰিশ্ৰমিক।

Allu Arjun dresses in saree, laden with jewellery in 'Pushpa 2' poster

পুষ্পা-২ৰ বাবে তেওঁ পাৰিশ্ৰমিক বিচাৰিছে ১২৫ কোটি টকা। এই বৃহৎ পাৰিশ্ৰমিক লোৱাৰ পিছত আল্লু অৰ্জুন হৈ পৰিছে ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ অধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেতা। উল্লেখ্য যে, অভিনেতাজল বৰ্তমান সময়ত ৩৬০ কোটি টকাৰ গৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.