Assamassam policeSocial

অসম আৰক্ষীত ব্যাপক ৰদ-বদল।

CIDৰ SP ধ্ৰুৱ বৰাক DCP (নিৰাপত্তা)লৈ বদলি

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

CIDৰ SP ধ্ৰুৱ বৰাক DCP (নিৰাপত্তা)লৈ বদলি

এন ৰাজামাৰাথাণ্ডানক FRROৰ SP হিচাপে বদলি

ৰে’লৱে আৰক্ষীৰ SP আছিল এন ৰাজামাৰাথাণ্ডান

নলবাৰীৰ নতুন আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস

গোলাঘাটৰ SP পুস্কিন জৈনক ওদালগুৰিলৈ বদলি

নলবাৰীৰ SP সুধাকৰ সিঙক CIDৰ SP হিচাপে বদলি

বাক্সাৰ SP ৰাজেন সিঙক গোলাঘাটৰ SP হিচাপে বদলি

৪ৰ্থ বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশীষ বৰাক ৰে’ল আৰক্ষীলৈ বদলি

উজ্জ্বল প্ৰতীম বৰুৱা বাক্সাৰ নতুন আৰক্ষী অধীক্ষক

চতুৰ্দশ APBnৰ কামাণ্ডেণ্ট পদলৈ অঞ্জন পণ্ডিতক বদলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 5 =

Back to top button