Covid-19Educationঅসম

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ফলাফল

পুৱা ১১ বজাত ঘোষণা হ’ব ফলাফল

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজি প্ৰদান কৰিব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ফলাফল। ক’ভিডকালীন পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাৰ পিছত ৰাজ্যত ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ছাত্ৰ–ছাত্ৰীক লৈ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

এতিয়া এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। আজি ঘোষিত হ’ব লগা HSLC-হাই মাদ্ৰাছা বিশেষ পৰীক্ষাৰ https://sebaonline.org ত পৰীক্ষাৰ্থীয়ে চাব পাৰিব ফলাফল। পুৱা ১১ বজাত ঘোষণা হ’ব ফলাফল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.