অভিনয়ৰাজনৈতিক

ৰক্তাক্ত গৰুখুঁটিক লৈ মুখ্যমন্ত্রীৰ প্রথম প্রতিক্রিয়া- ‘উচ্ছেদ হ’বই’

তৃতীয় শক্তি জড়িত থকাৰ দাবী কৰিলে মুখ্যমন্ত্রীয়ে

ৰক্তাক্ত গৰুখুঁটিক লৈ মুখ্যমন্ত্রীৰ প্রথম প্রতিক্রিয়া। তৃতীয় শক্তি জড়িত থকাৰ দাবী কৰিলে মুখ্যমন্ত্রীৰ।

৬০ ঘৰৰ মানুহৰ বিপৰীতে নিশাৰ ভিতৰতে জমা হ’ল ১০ হাজাৰ মানুহ।

মুখ্যমন্ত্রী ক’লে, ‘ছিপাঝাৰত উচ্ছেদ হ’বই’।

‘কংগ্রেছে কাপোৰ ফালিলেও মই ভয় নকৰো’।

‘কংগ্রেছ অসমীয়া দল হৈ থকা নাই’।

‘মূল সুঁতিৰ পৰা কেতিয়াবাই আঁতৰি আহিছে কংগ্রেছ’।

‘এজন মানুহৰ নামত আছে ২০০ বিঘাকৈ মাটি’।

‘এয়া কোনো কাৰণতে গ্রহণযোগ্য নহয়’।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.