Education

ঘোষণা হ’ল JEE Main 2021 পৰীক্ষাৰ ফলাফল

৪৪ জন শিক্ষাৰ্থীয়ে জেইই মেইন ২০২১ প্ৰৱেশ পৰীক্ষাৰ চাৰিওটা চেছনতে লাভ কৰিছে ১০০ শতাংশ নম্বৰ

মঙলবাৰে নিশা ঘোষণা কৰা হ’ল JEE MAINৰ ফলাফল।

শিক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পোৱা তথ্য় অনুসৰি, এই বছৰৰ JEE MAIN-2021 প্ৰৱেশ পৰীক্ষাৰ চাৰিওটা অধিৱেশনতে মুঠ ৪৪ জন শিক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

সেই অনুসৰি, এই বছৰ ১৮ জন শিক্ষাৰ্থীয়ে লাভ কৰিছে ৰেঙ্ক ১। ইফালে, যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ ফলাফল সমূহ চাব বিচাৰে তেওঁলোকে JEE-MAINৰ অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in জৰিয়তে চাব পাৰিব।

উল্লেখযোগ্য যে, এইবাৰ ৭.৩২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.