আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানত শীঘ্ৰেই আৰম্ভ হ’ব তালিবানৰ নতুন চৰকাৰৰ শাসন, কোন হ’ব ৰাষ্ট্ৰপতি?

নতুন চৰকাৰৰ ঘোষণা কৰিবলৈ আফগানিস্তানত চলিছে তালিবানৰ যো-জা

আফগানিস্তানত গঠন হ’ব নতুন চৰকাৰ। তালিবানৰ শাসনত আফগানিস্তানত গঠন হ’বলগীয়া নতুন চৰকাৰৰ নেতৃত্ব ল’ব তালিবানৰ সহ প্ৰতিষ্ঠাপক মৌল্লাহ বাৰাদাৰে।

তালিবানৰ ৰাজনৈতিক অফিচৰ নেতৃত্ব লোৱা মুল্লাহ বাৰাদাৰে আফগানিস্তান চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত তালাবানৰ ৰাজনৈতিক অফিচৰ দায়িত্ব ল’ব মুল্লাহ মহম্মদ য়াকোবে।

তালিবানৰ সকলো শীৰ্ষস্থানীয় নেতা ইতিমধ্যে উপস্থিত হৈছেহি কাবুলত। ইতিমধ্যে নতুন চৰকাৰৰ ঘোষণা কৰিবলৈ আফগানিস্তানত চলিছে তালিবানৰ যো-জা।

তালিবানৰ মুখ্য ধৰ্মীয় নেতা হাইবাতোল্লা আখুনজাগদাই কাবুলত ধৰ্মীয় কথাৰ ওপৰত অত্যাধিক গুৰুত্ব দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.