Internationalnationalদুৰ্ঘটনাবিশ্ব
Trending

পুনৰ হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা

ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃ*ত্যু ২০জন লোক

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কাহিনী হয়টো কোনেও পাহৰি যোৱা নাই।এতিয়াও হয়টো সকলোৰে মন আছে সেইদিনটোৰ কথা।কোনোৱে যদি সেইদিনটোত নিজৰ স্বামীক হেৰুৱাইছিল আন কোনোৱে আকৌ সহপৰিয়াল হেৰুৱাব লগীয়া হৈছিল। সেই দিনটোত কেৱল মাত্ৰ ভাহি আহিছিল হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল।এই ঘটনাৰ মাৰ নাযাওঁতেই আন এক বিমান দুৰ্ঘটনা এইবাৰ সংঘটিত হৈছে। এই দুৰ্ঘটনাত ২০জন লোক নি*হ*ত হৈছে ইয়াৰ সমান্তৰালকৈ ৫০ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। ৰাজধানী ঢাকাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ চৌহদত বায়ুসেনাৰ এফ-৭ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।বিমানখন উক্ত স্থানত পৰি যোৱাৰ লগে লগে অ*গ্নি*কাণ্ড সংঘটিত হয় আৰু বিমানখন তীব্ৰভাৱে জ্ব*লি*বলৈ ধৰে।ইতিমধ্যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে বুলিও জানিব পৰা গৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.