Socialঅসমজীৱনশৈলীমনোৰঞ্জন

কাৰ্বি জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন ‘কাৰ্বি ছাত্ৰ সন্থাৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰে প্ৰতিষ্ঠা দিৱসটি

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ কাৰ্বি জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন ‘কাৰ্বি ছাত্ৰ সন্থাৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱসটি ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হয়৷

পশ্চিম কাৰ্বি আংলং জিলাৰ কংলংঙা শাখাও বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰে প্ৰতিষ্ঠা দিৱসটি৷ এই উপলক্ষে আয়োজিত সভাত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বাবুল টকবি, জ্যেষ্ঠ নেতা বি টেৰণ, চাৰথে ৰংহাং, প্ৰবিন টিমুং, প্ৰশান্ত ইংতি উপস্থিত থাকি জনগোষ্ঠীয় ছাত্ৰ সংগঠনটিৰ বিভিন্ন ঐতিহাসিক দৃষ্টিকোণ সন্দৰ্ভত আলোকপাত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.