AssamCity newsFranceOlympicsSportsঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

অলিম্পিকত মেডেল তালিকাৰ শীৰ্ষত জাপান… ৬টা সোণ, ২টা ৰূপ, ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিলে জাপানে……

অলিম্পিকত মেডেল তালিকাৰ শীৰ্ষত জাপান

৬টা সোণ, ২টা ৰূপ, ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিলে জাপানে

ফ্ৰান্সৰ হাতত ৫টা সোণ, ৮টা ৰূপ, ৩টা ব্ৰঞ্জ

চীনে লাভ কৰিলে ৫টা সোণ, ৫টা ৰূপ, ২টা ব্ৰঞ্জৰ পদক

অষ্ট্ৰেলিয়াই লাভ কৰিলে ৫টা সোণ, ৪টা ৰূপৰ পদক

দক্ষিণ কোৰিয়াই লাভ কৰিলে ৫টা সোণ, ৩টা ৰূপ, এটা ব্ৰঞ্জ

এইপৰ্যন্ত ভাৰতৰ হাতলৈ ২টা ব্ৰঞ্জৰ পদক

অলিম্পিকৰ পদক তালিকাত ২৭ নম্বৰ স্থানত ভাৰত

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.