AssamCity newsInternationalleatest updatenationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা বিদায় ভাৰতীয়মূলৰ ঋষি ছোনাকৰ…..

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা বিদায় ভাৰতীয়মূলৰ ঋষি ছোনাকৰ। সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পদত্যাগ কৰিলে ছোনাকে। এইবাৰ নিৰ্বাচনত মাত্ৰ ১২০খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল ছোনাকৰ কনজাৰভেটিভ পাৰ্টি। বিপৰীতে লেবাৰ পাৰ্টিয়ে দখল কৰে ৪১২খনকৈ আসন। ইয়াৰ লগে লগে ইংলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰ হোৱাটো নিশ্চিত হৈ পৰিল। এটা অতি সাধাৰণ পৰিয়ালত ১৯৬২ চনৰ ২ ছেপ্টেম্বৰত জন্ম লাভ কৰিছিল ষ্টাৰমাৰে। ১৬ বছৰ বয়সতে যুৱ লেবাৰ পাৰ্টিত যোগদান কৰিছিল তেওঁ। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ষ্টাৰমাৰ দুটি সন্তানৰ পিতৃ। ইফালে, ব্ৰিটেইনৰ বিপৰ্যস্ত অৰ্থনীতিৰ বাবেই ঋষি ছোনাকক ব্ৰিটেইনবাসীয়ে পদচ্যুত কৰা বুলি চৰ্চিত হৈছে।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.