AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭সংখ্যক জয়ন্তী, পৰাক্ৰম দিৱস হিচাপে উদযাপিত বসুৰ জয়ন্তী….

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭সংখ্যক জয়ন্তী

পৰাক্ৰম দিৱস হিচাপে উদযাপিত বসুৰ জয়ন্তী

ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি পৰাক্ৰম দিৱস পালন

ভাষিক সংখ্যালঘূ উন্নয়ন ব’ৰ্ডৰ উদ্যোগত বিশেষ কাৰ্যসূচী

গুৱাহাটীৰ ৰেষ্ট কেম্প পাণ্ডু, কালাপাহাৰ কলনী বজাৰ

হোজাই, লামডিং, তিনিচুকীয়া, ডিব্ৰুগড়, জাগীৰোড

শিলচৰ, টংলা, বিজনীতো পৰাক্ৰম দিৱস পালন

নেতাজীৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 5 =

Check Also
Close
Back to top button