Internationalleatest updatenationalscamSocial

গুৰুত্বপূৰ্ণ নথি জ্বলাই সাৰি যোৱা নন্দবাবু লকআপত

শিলচৰৰ পৰা নন্দবাবু সিঙক গ্ৰেপ্তাৰ SITৰ

গুৰুত্বপূৰ্ণ নথি জ্বলাই সাৰি যোৱা নন্দবাবু লকআপত

শিলচৰৰ পৰা নন্দবাবু সিঙক গ্ৰেপ্তাৰ SITৰ

নন্দবাবু APSCৰ তদানীন্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক

বহু প্ৰাৰ্থীৰ নম্বৰ বঢ়াই দিয়াৰ গুৰুতৰ অভিযোগ

জ্বলাই দিছিল APSCৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ

SITৰ মাৰাথন জেৰা নন্দবাবু সিঙক

নন্দবাবুৰ ACS কন্যা মিনাৰ্ভাকো SITৰ চমন

মিনাৰ্ভা বৰ্তমান কৰিমগঞ্জৰ ADC

কন্যা মিনাৰ্ভাক বক্ৰপথেৰে চাকৰি দিয়াৰ অভিযোগ

ৰাকেশ পালৰ সোঁহাতস্বৰূপ আছিল নন্দবাবু সিং

বৰ্তমানলৈকে ৬জনক গ্ৰেপ্তাৰ SITৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.