Assamassam policeCrimeleatest update

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ; দুৰ্ঘটনাস্থলীত উদ্ধাৰ জোনমণি ৰাভাৰ ম’বাইল ফোন

জোনমণি ৰাভাৰ গাড়ীত উদ্ধাৰ ম’বাইল আৰু ৰুমাল

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ

দুৰ্ঘটনাস্থলীত উদ্ধাৰ জোনমণি ৰাভাৰ ম’বাইল ফোন

CBIয়ে উদ্ধাৰ কৰে জোনমণিয়ে ব্যৱহাৰ কৰা ম’বাইলটো

জখলাবন্ধাত অভিযান চলাইছিল CBIৰ ১২ জনীয়া দলে

জোনমণি ৰাভাৰ গাড়ীত উদ্ধাৰ ম’বাইল আৰু ৰুমাল

মাহজোৰা তদন্ত কৰিও উদ্ধাৰ কৰিব পৰা নাছিল ম’বাইল

ছেমচাং কোম্পানীৰ ম’বাইলটো উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত

দিল্লীৰ পৰা আহিছিল CBIৰ এটা বিশেষ দল

দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষা কৰিছিল বিশেষ দলটোৱে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.