AssamCMO AssamGovernment SchemeHimanta Biswa Sarmaleatest update

মহানগৰীৰ ফাঁচী বজাৰত অত্যাধুনিক উদ্ভিদ উদ্যান মুকলি

উদ্যানখন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

মহানগৰীৰ ফাঁচী বজাৰত অত্যাধুনিক উদ্ভিদ উদ্যান মুকলি
উদ্যানখন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
মুকলি অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ
মহানগৰীত শীঘ্ৰে লগোৱা হ’ব ২ হাজাৰ CCTV কেমেৰা
কৰা হ’ব ষ্ট্ৰীট লাইটৰো বিশেষ ব্যৱস্থা

ছিংগাপুৰ, বেংককৰ দৰে টাৰ্মিনেল হ’ব গুৱাহাটীত
গুৱাহাটীক চাৰিওফালে সামৰি নিৰ্মাণ কৰা হ’ব ছয়লেনযুক্ত ৰিংৰোড
১৮ অক্টোবৰত উদ্বোধন কৰা হ’ব জু-ৰোডৰ উৰণীয়া সেতু
ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি একাধিক উন্নয়নমূলক কাৰ্যসূচী ঘোষণা
দ্বীপৰ বিলৰ চাৰিওফালে নিৰ্মাণ কৰা হ’ব মথাউৰি
অহা দুবছৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ব এখন উদ্ভিদ উদ্যান
চানমাৰিৰ জলসিঞ্চন বিভাগৰ ২০ বিঘা মাটিত নিৰ্মাণ হ’ব এই উদ্যান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.