অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিবিশ্ববোলছবিভাৰতমনোৰঞ্জনশিল্পীসংস্কৃতি

আজি মুক্তি পাব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালিকা ৰীমা দাসৰ ছবি “Tora’s Husband”

আজি মুক্তি পাব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালিকা ৰীমা দাসৰ নৱতম ছবি তৰা’ছ হাজবেণ্ড।

মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ অনুৰাধা চিনেমা হলত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ।

ৰাজ্যৰ ৩৭টা ছবিগৃহত একেলগে মুক্তি পাব এই ছবিখনে।

ইতিমধ্যে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ সম্পন্ন হৈছে বহুচৰ্চিত ছবিখনৰ।

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.