দৈনিক বাতৰিভাৰত

ইতিহাস হ’ল দেশৰ পুৰণা সংসদ ভৱন, গণেশ চতুৰ্থীৰ দিনটোতেই নতুন সংসদ ভৱনত অধিৱেশন..

ইতিহাস হ’ল দেশৰ পুৰণা সংসদ ভৱন, গণেশ চতুৰ্থীৰ দিনটোতেই নতুন সংসদ ভৱনত অধিৱেশন

ইতিহাস হ’ল দেশৰ পুৰণা সংসদ ভৱন

আজিৰ পৰা নতুন সংসদ ভৱনত অধিৱেশন

দুয়োখন সদনতেই অনুষ্ঠিত হ’ব অধিৱেশন

গণেশ চতুৰ্থীৰ দিনটোতেই নতুন ভৱনত আৰম্ভণি অধিৱেশনৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে প্ৰদান কৰিব ভাষণ

‍ভাষণ প্ৰদান কৰিব মেনকা গান্ধী, শিবু সুৰেনে

চেণ্ট্ৰেল হলৰ সন্মুখত ফটো উঠিলে সাংসদসকলে

উপস্থিত প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে সকলো সাংসদ

দুপৰীয়া ১.১৫ বজাৰ পৰা আৰম্ভ হ’ব লোকসভাৰ কাম-কাজ

দুপৰীয়া ২.১৫ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ কাম-কাজ

চলি আছে সংসদৰ ৫ দিনীয়া বিশেষ অধিৱেশন

বিশেষ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন

উত্থাপন হ’ব ৩৩% মহিলা সংৰক্ষণ বিধেয়ক

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.