Assamassam policeleatest updatenational

জম্মু কাশ্মীৰৰ অনন্তনাগত সমৰসদৃশ পৰিৱেশ।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীৰ উগ্ৰপন্থীবিৰোধী অভিযান

জম্মু কাশ্মীৰৰ অনন্তনাগত সমৰসদৃশ পৰিৱেশ। সেনা আৰু আৰক্ষীৰ দুই সহস্ৰাধিক বিষয়া-জোৱানে কেইবাদিনো ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান। এক বিস্তীৰ্ণ এলেকা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এই অভিযানত ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰ, স্নিফাৰ ডগ আৰু ড্ৰোণ।

উগ্ৰপন্থীবিৰোধী এই অভিযানত ইতিমধ্যে সেনা আৰু আৰক্ষীৰ তিনিজনকৈ বিষয়া শ্বহীদ হৈছে। বৰ্তমানলৈকে উদ্ধাৰ হৈছে তিনিটাকৈ সন্ত্ৰাসবাদীৰ মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.