Assamleatest updatepoliticalSocial

বিধানসভাত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ। ভাষণত কি কি কলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

লোডশ্বেডিঙৰ বাবে ময়ো নাৰ্ভাছ হৈছিলো : মুখ্যমন্ত্ৰী

এতিয়াৰ পৰা ৰাজ্যত নাথাকে বিদ্যুতৰ সমস্যা
কেন্দ্ৰৰ সৈতে আমি কথা পাতিছো : মুখ্যমন্ত্ৰী
লোডশ্বেডিঙৰ বাবে ময়ো নাৰ্ভাছ হৈছিলো : মুখ্যমন্ত্ৰী
‘মহাৰাষ্ট্ৰ, কলকাতাতো নাটনি হয় বিদ্যুতৰ’
‘অখিল গগৈৰ চকীত ইলেক্ট্ৰিক চ’ক আছে’
সেইবাবে পিংপং বলৰ দৰে জঁপিয়াই থাকে অখিলে
G20 অনুষ্ঠানত বিহু বিকৃত হোৱাটো মই ধৰিম : মুখ্যমন্ত্ৰী
‘বিহু বিকৃত সন্দৰ্ভত উত্থাপন কৰিছিল অখিল গগৈয়ে’
‘সদনত অখিল গগৈক মুখ্যমন্ত্ৰীক পৰামৰ্শ’
‘পাৰিলে ১০জন বিধায়কক জিকাই আনক অখিলে’
‘তেতিয়া সময় দিম কথা ক’বলৈ ৩০ মিনিট’
‘ৰাইজে কেবল এজনকহে নিৰ্বাচিত কৰিলে’
‘অহাবাৰ সেয়াও নহ’ব পাৰে’
‘বিজেপিত যোগদান কৰক অখিল গগৈয়ে’
‘তেতিয়া সদনত কথা ক’বলৈ সময় বেছি পাব’
‘কপিলীৰ বিদ্যুৎ প্ৰকল্প মুকলি হ’ব অহা বছৰ জুনত’
‘৩টা দশকৰ পিছত এইবাৰ অসমত পাৱাৰ ডিমাণ্ড বাঢ়িছে’
‘বিদ্যুতৰ নাটনি হ’ব বুলি যোৱাটো বছৰতেই অনুমান কৰা হৈছিল’
‘অসমৰ সমৃদ্ধি বঢ়াৰ লগে লগে বিদ্যুতৰ ডিমাণ্ড বাঢ়িছে’
‘অখিল গগৈৰ নেতৃত্বতেই সকলো আন্দোলন হয়’
‘যদি আন্দোলনেই হৈ থাকে আমি ক’ত উৎপাদন কৰিম’
‘অখিল গগৈৰ নেতৃত্বত বিধানসভাই এখন সমিতি গঠন কৰি দিয়ক’
‘তেওঁলোকে যতেই ক’ব চৰকাৰে তাতেই পাৱাৰ উৎপাদন কৰিব’
মুখ্যমন্ত্ৰীৰ মন্তব্যক সমৰ্থন কমলাক্ষ পুৰকায়স্থৰ
‘বিদ্যুৎ লাগিবই, ফ্লাইঅভাৰ নহ’লেও বিদ্যুৎ লাগিবই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.