অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
বিৰোধী মহাজোঁটৰ মাৰাথান বৈঠকৰ সমালোচনাৰে থকাসৰকা প্ৰধানমন্ত্ৰী মোদীৰ

বাংগালুৰুত বিৰোধী মহাজোঁটৰ মাৰাথান বৈঠক
বিৰোধীৰ বৈঠকক সমালোচনাৰে থকাসৰকা প্ৰধানমন্ত্ৰীৰ
ৰাহুল গান্ধীৰ সাংসদ পদক লৈও কটাক্ষ প্ৰধানমন্ত্ৰীৰ
গান্ধী পৰিয়ালকো তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ
বাংগালুৰুৰ বিৰোধী সভাক ভ্ৰষ্টাচাৰী আখ্যা
বাংগালুৰুত একাধিক নেতাৰ পোষ্টাৰিঙক লৈও কটাক্ষ
২০ লাখ কোটি টকাৰ কেলেংকাৰিক গ্যেৰাণ্টিহে দিব পাৰে তেওঁলোকে
কোটিটকীয়া কেলেংকাৰিত জামিন লাভ কৰা সকলক অধিক সন্মান দিয়া হৈছে
কিছুমান ৰাজনৈতিক দলৰ ব্যক্তিগত স্বাৰ্থই হানি কৰিছে দেশৰ প্ৰগতিত

