অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিংৰ পিতৃ-মাতৃ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপালৰ পিতৃ-মাতৃ

খালিস্তানী নেতা অমৃতপালৰ খবৰ ল’বলৈ আহিছে পিতৃ-মাতৃ

কেন্দ্ৰীয় কাৰাগাৰত পিতৃ টৰছেম সিং, মাতৃ বলৱিন্দৰ কৌৰ

ডিব্ৰুগড়ত বন্দী হৈ আছে ১০ খালিস্তানী সদস্য

NSAৰ অধীনত বন্দী আটাইকেইজন নেতা

যোৱা ১৮ মাৰ্চৰ পৰা পৃথকে পৃথকে পাঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আনিছিল খালিস্তানী তথা ৱাৰিছ পাঞ্জাৱ দেৰ নেতা সকলক। ডিব্ৰুগড় কাৰাগাৰত NSA অধীনত বন্দী হৈ আছে কুলৱন্ত সিং ধলিৱাল, ৱাৰিন্দৰ সিং জোহল, গুৰিন্দৰ পাল সিং,  হৰজিৎ সিং, খাইৰা, ভগৱন্ত সিং বাজেকে ওৰফে প্ৰধানমন্ত্ৰী, বসন্ত সিং ফৌজি ,গুৰিন্দৰ পাল সিং আৰু পাপলপ্ৰীত সিং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.