অসমদৈনিক বাতৰিবিশ্ব

আজি আন্তজাৰ্তিক শ্ৰমিক দিৱস, শ্ৰমিক দিৱসৰ দিনাই মহানগৰীত ক্ষোভ উজাৰিলে কৰ্মীসকলে

আজি আন্তজাৰ্তিক শ্ৰমিক দিৱস, শ্ৰমিক দিৱসৰ দিনাই মহানগৰীত ক্ষোভ উজাৰিলে কৰ্মীসকলে

আজি আন্তজাৰ্তিক শ্ৰমিক দিৱস

পুৱাই মহানগৰী পৰিস্কাৰ চাফাইকৰ্মীৰ

‘প্ৰথম খবৰ’ৰ আগত ক্ষোভ উজাৰিলে কৰ্মীসকলে

প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিতৰ অভিযোগ কৰ্মীসকলৰ

আজি আন্তজাৰ্তিক শ্ৰমিক দিৱস। প্ৰত্যেক দিনা দৰে আজিও পুৱা চাফাই কৰ্মী সকল ওলাই আহিল মহানগৰ খনক পৰিস্কাৰ কৰিবলৈ।  শ্ৰমিক দিৱস দিনটোতে এইসকল চাফাইকৰ্মীয়ে  প্ৰথম খবৰৰ আগত ওজাৰিলে ক্ষোভ।  কিয়নো তেওঁলোকে আজিলৈ নাপালে  তেওলোকৰ প্রাপ্য অধিকাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.