অসমদৈনিক বাতৰি

১৪ এপ্ৰিলত এক নতুন ইতিহাস ৰচনাৰ বাবে সাজু হৈছে সৰুসজাই

১৪ এপ্ৰিলত এক নতুন ইতিহাস ৰচনাৰ বাবে সাজু হৈছে সৰুসজাই

১৪ এপ্ৰিলত এক নতুন ইতিহাস ৰচনাৰ বাবে সাজু হৈছে সৰুসজাই। বিহুৰে বিশ্ব জিনিব অসমবাসীয়ে। গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে। এই লক্ষ্যত উপনীত হ’বৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আজিৰে পৰা সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ ঢুলীয়া-নাচনীৰ বৰ আখৰা। ১৩ এপ্ৰিললৈ সৰুসজাইত বৰ আখৰা। ইতিমধ্যেই গুৱাহাটীত উপস্থিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতী। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ বুকত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই বিহুৰ অনুষ্ঠান। অসমৰ ভিন্ন কলাকৃষ্টিৰ আৰ্হিৰে সজাই তোলা হৈছে সৰুসজাই ষ্টেডিয়াম। নিৰ্মাণ কৰা হৈছে ৰংঘৰৰ আৰ্হিও।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.