দুৰ্ঘটনা

বুকু কঁপি উঠা শিহৰণকাৰী দৃশ্য! শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-পুত্ৰৰ

অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি ল’লে মাতৃ-পুত্ৰই

মৃত্যু এক চিৰন্তন সত্য। কিন্তু এই মৃত্যু কাৰ জীৱনলৈ কেতিয়া আহে সেয়া কোনেও নাজানে। দপদপাই উঠা একুৰা জুইয়ে পুৰি ছাই কৰি পেলাব এটা পৰিয়াল। শুই থকা অৱস্থাতে ভয়ংকৰ জুইৰ মাজত আৱদ্ধ হৈ পৰে মাতৃ-পুত্ৰ। সেই ভয়ংকৰ জুইতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি ল’লে মাতৃ-পুত্ৰই। অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লোৱা কণমানি ৰমেশ গোৱালাৰ বয়স মাথো দুবছৰ।

তিনিচুকীয়াৰ পানীতোলা জলপনীয়া পথত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডটো। দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী নাম পূৰ্ণম গোৱলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.