political

কাৰ শিৰত জিলিকিব হিমাচলৰ মুখ্যমন্ত্ৰীৰ মুকুট?

ঘনে ঘনে সলনি হোৱা দেখা গৈছে হিমাচলৰ নিৰ্বাচনী চিত্ৰ। মুখ্যমন্ত্ৰীৰ দৌৰত আছে কেইবাজনো নেতাৰ নাম।

পুৱাৰে পৰা আৰম্ভ হৈছে হিমাচল প্ৰদেশ বিধানসভাৰ ভোটগণনা। এনে পৰিস্থিতিত, কংগ্ৰেছ আৰু বিজেপিৰ মাজত এই প্ৰতিযোগিতা অতি কঠিন যেন দেখা গৈছে। ঘনে ঘনে সলনি হোৱা দেখা গৈছে হিমাচলৰ নিৰ্বাচনী চিত্ৰ। মুখ্যমন্ত্ৰীৰ দৌৰত আছে কেইবাজনো নেতাৰ নাম। ১০ জনপথৰ সন্মতি আৰু আদেশৰ অপেক্ষা। নিৰ্বাচনত বিজয়ী হৈও আঁতৰা নাই কংগ্ৰেছৰ সমস্যা। মুখ্যমন্ত্ৰীৰ দৌৰত আছে প্ৰতিভা সিং, সুখবিন্দৰ সিং সুখু আৰু মুকেশ অগ্নিহোত্ৰী। এতিয়া উল্লেখনীয় কথাতো হ’ল যে এই তিনিওজনৰ পিছত কোন হ’ব হিমাচলৰ মুখ্যমন্ত্ৰী?

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.