অপৰাধআঞ্চলিক

চুবুৰীয়া ৰাজ্যত অসমৰ যুৱকক নিৰ্মমভাৱে হত্যা

চোকা অস্ত্ৰৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা

পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল-প্ৰদেশত অসমৰ ব্যক্তিক হত্যা! চোকা অস্ত্ৰৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে অৰুণাচল-প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ পাছিঘাটৰ নাপিত বস্তিত শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত অসমৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰেl জোনাই তেলাম কাৰইবাৰীৰ প্ৰেম বাহাদুৰ তামাঙক অৰুণাচল-প্ৰদেশ দিবাংভেলী গাদুম তিনিআলিৰ নোমল মৰাং ওৰফে দাৰাঙে চোকা দাৰে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰেl

মৃত ব্যক্তি আৰু হত্যাকাৰী দুয়োজন পাছিঘাটত শ্ৰমিক হিচাপে কৰ্মৰত আছিলl বৰ্তমানে পলাতক হত্যাকাৰী নোমল মৰাং ওৰফে দাৰাং৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.