আন্তঃৰাষ্ট্ৰীয়

বৃটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ Queen Elizabethৰ দেহাৱসান

৯৬ বছৰ বসয়ত মৃত্যু ৰাণী এলিজাবেথৰ

বৃটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ Queen Elizabethৰ দেহাৱসান!

৯৬ বছৰ বসয়ত মৃত্যু ৰাণী এলিজাবেথৰ। মৃত্যু নিশ্চিত কৰিলে বাকিংহাম পেলেচে৷ বিগত সময়ছোৱাত তেওঁৰ অসুস্থতাৰ বাতৰি প্ৰকাশ পাইছিল৷ অৱশেষত মৃত্যু নিশ্চিত কৰিলে ৰাজপৰিয়ালৰ সূত্ৰই৷

ৰাজপৰিয়ালৰ তৰফৰ পৰা এক টুইটযোগে আনুষ্ঠানিকভাৱে ৰাণী এলিজাবেথৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰা হয়৷ ১৯৫২ চনৰ পৰা মৃত্যু পৰ্যন্ত শাসন কৰিছিল এলিজাবেথে৷ বিগত ৭০ বছৰে ৰাজত্ব কৰিছিল এলিজাবেথে, বৃটিছৰ ইতিহাসৰ দীঘলীয়া সময় ৰাজত্ব কৰিছিল এলিজাবেথে৷ বিশ্বৰ সৰ্বাধিক শাসনকাল চলোৱা শাসকৰ অভিলেখ ৰচি থৈ গ’ল ৰাণী দ্বিতীয় এলিজাবেথে৷ বৰ্তমান ৰাজকুমাৰ চাৰ্লছ হ’ল ইংলেণ্ডৰ নতুন ৰজা।

এলিজাবেথৰ মৃত্যুত প্ৰধানমন্ত্ৰী শোঁক প্ৰকাশ৷ টুইটযোগে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ! ২০১৫, ২০১৮ত দুবাৰকৈ ল’গ পাইছিল এলিজাবেথক৷ লগ পোৱাৰ সময়ৰ কথা ৰোমন্থন প্ৰধানমন্ত্ৰীগৰাকীৰ৷

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Check Also
Close
Back to top button