ৰাজনৈতিক

নিৰ্বাচনৰ বিজয় উৎসৱ পালনক লৈ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা…

গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰিছে নতুন নিৰ্দেশনা

৫ ৰাজ্যৰ নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা। নিৰ্বাচনৰ বিজয় উৎসৱ পালনত নাথাকিব কোনো বাধা-নিষেধ।

 

গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰিছে নতুন নিৰ্দেশনা। বৰ্তমানৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবেই নিৰ্বাচন আয়োগে ঘোষণা কৰে যে, সকলো প্রাৰ্থীয়ে ইচ্ছানুসৰি বিজয় উৎসৱ পালন কৰিব পাৰিব। অৱশ্যে সকলোৱে মানি চলিব লাগিব এছ ডি এম এৰ নিৰ্দেশনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.