ভাৰতমনোৰঞ্জন

এজন IPS বিষয়াৰ প্ৰেমত বহু যুৱতী! দুবাৰকৈ বিগবছৰ প্ৰস্তাৱ আহিছিল তেওঁলৈ…

আৰক্ষী বিষয়া হোৱাৰ লগতে ফিটনেছকলৈ প্ৰায়ে চৰ্চাত থাকে শচীন অতুলকাৰ। শচীনৰ সুন্দৰ শৰীৰৰ সন্মুখত বলীউদৰ ডাঙৰ ডাঙৰ তাৰকাও কম!

ভূপালৰ এজন ACP প্ৰায়ে চৰ্চাত থাকে। মধ্যপ্ৰদেশৰ ভূপালৰ IPS শচীন অতুলকাৰ ২০০৭ চনত নিযুক্ত হোৱা আটাইতকৈ কম বয়সীয়া IPS বিষয়া। মাত্ৰ ২৩ বছৰ বয়সতে তেওঁ উত্তীৰ্ণ হৈছিল UPSC পৰীক্ষাত। আৰক্ষী বিষয়া হোৱাৰ লগতে ফিটনেছকলৈ প্ৰায়ে চৰ্চাত থাকে শচীন অতুলকাৰ। শচীনৰ সুন্দৰ শৰীৰৰ সন্মুখত বলীউদৰ ডাঙৰ ডাঙৰ তাৰকাও কম!
সৰুৰে পৰা ফিটনেচৰ প্ৰতি আগ্ৰহী আছিল IPS শচীন অতুলকাৰ। প্ৰায়ে নিজৰ ছচিয়েল মিডিয়া ছাইটৰ জৰিয়তে ফিটনেচ সম্বন্ধীয় পোষ্ট শ্বেয়াৰ কৰি থাকে শচীনে।

শচীন অতুলকাৰে দুবাৰ বিগবছৰ প্ৰস্তাৱো লাভ কৰিছিল। কিন্তু দুয়োবাৰেই কামৰ বোজাৰ বাবে তেওঁ প্ৰত্যাখ্যান কৰিছে এই প্ৰস্তাৱ।

দেখাত খুবেই আকৰ্ষণীয় শচীন অতুলকাৰে বিবাহপাশত আৱদ্ধ হোৱা নাই যদিও তেওঁৰ প্ৰতি যুৱতীসকল অত্যন্ত আকৰ্ষিত। আনকি তেওঁৰ লগত বিয়া হবলৈ ঘৰ পৰ্যন্ত ওলাইগৈ যুৱতীসকল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.