অসমআঞ্চলিকজন্তুপৰিৱেশপৰ্যটন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ প্ৰথম গঁড় হত্যা

চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা।

উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰিলে এটা মৃত গঁড়।

চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ বন বিভাগৰ। যদি চোৰাং চিকাৰীয়ে হত্যা কৰিছে তেন্তে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.