অসম

জামিন পালে গুৱাহাটীৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰা তথাকথিত মডেল ৰাজকন্যাই…

শ্ৰমিক যোছেফ মাৰাকক খুন্দিয়াই গ্ৰেপ্তাৰ হৈছিল যুৱতীগৰাকী।

ৰাজকন্যা বৰুৱাক মনত আছেনে? ২০২১ চনৰ ১ অক্টোবৰৰ নিশা ১.৪৫ বজাত নিশাৰ মহানগৰত এখন বিলাসী বাহনেৰে এজন শ্ৰমিকক খুন্দিয়াই নিহত কৰিছিল মডেল ৰাজকন্যা বৰুৱাই। শ্ৰমিক যোছেফ মাৰাকক খুন্দিয়াই গ্ৰেপ্তাৰ হৈছিল যুৱতীগৰাকী।

 

পৰৱৰ্তী সময়ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা ৰাজকন্যা বৰুৱাই অৱশেষত পালে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ৰাজকন্যাৰ জামিন। ৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত এই জামিন পালে ৰাজকন্যাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.