অপৰাধ

মহানগৰীৰ ISBTত বৃহৎ পৰিমাণৰ হিৰ’ইন জব্দ!

সৰবৰাহকাৰী দুজনৰ নামৰেকিব আৰু ইাবুং। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী।

ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে অসম আৰক্ষীৰ।

গড়চুক আৰক্ষী থানা আৰু আইএছবিটি আৰক্ষী চকীয়ে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত যুটীয়াভাৱে অভিযান চলাই ISBTৰ পৰা জব্দ  কৰে কেইবালাখ টকাৰ নিষিদ্ধ হিৰ’ইন।

অভিযানৰ সময়ত আৰক্ষীৰ দলে ১৫০ গ্ৰাম হেৰোইন থকা ১০ টা চাবোন বাকচ উদ্ধাৰ কৰে।

অভিযুক্তজন দুজন ৰেকিব আৰু ইাবুং বুলি চিনাক্ত কৰা হৈছে, দুয়োজন মণিপুৰৰ ছাৰাইবামৰ বাসিন্দা। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী। মণিপুৰৰ পৰা ISBTলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে লিখিছে,

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.