অৰ্থনৈতিকঅসমজীৱনশৈলী

বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

ট্ৰ’লৰ প্ৰতি লিটাৰত ২৬ পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭ পইচা বৃদ্ধি

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। আজি অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত পেট্ৰ’লৰ প্ৰতি লিটাৰত ২৬ পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭ পইচা বৃদ্ধি পাইছে।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত ব্ৰেন্ট ক্ৰুডৰ মূল্য যোৱা দুটা বছৰত সৰ্বাধিক ০.৭৮ শতাংশ বৃদ্ধি পাই ৭৫.৩৯ ডলাৰ প্ৰতি বেৰেললৈ বাঢ়ে। ফলত ইন্ধনৰ মূল্যত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.