চীনজীৱনশৈলীপ্ৰযুক্তিবিজ্ঞান

চীনে পাকিস্তানৰ সৈতে স্থাপন কৰিছে পোনপটীয়াকৈ সংযোগ

প্ৰতিবেশী চীনৰ আকৌ চমক

প্ৰতিবেশী চীনে চমক সৃষ্টি কৰি ন ন প্ৰযুক্তিৰে ইটোৰ পিচত সিটোকৈ কৰি গৈছে নিৰ্মাণ কাৰ্য৷ এইবাৰ ৰঙাচীনে মিত্ৰ দেশ পাকিস্তানৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে এখন দীৰ্ঘতম উৰণীয়া সেতুঁৰ জৰিয়তে৷

কাৰাকোৰাম পৰ্বতমালাৰ মাজেৰে ১৩০০ কি:মি: দৈঘ্যৰ সেঁতুখন পাকিস্তানৰ সৈতে যুক্ত হৈছে৷ দুৰ্গম বৰফাবৃত পাহাৰ আৰু অৰণ্যৰ মাজেৰে ষ্টীলেৰে নিৰ্মাণ কৰা দীৰ্ঘতম সেতুখন সকলোৰে বাবে হৈ পৰিছে বিশেষ কেন্দ্ৰবিন্দু৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + seven =

Back to top button