leatest updatenationalSocial

ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দেশজুৰি NIAৰ অভিযান।

গাজোৱা-ই-হিন্দ সন্ত্ৰাসবাদৰ বিৰুদ্ধে NIAৰ অভিযান

ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দেশজুৰি অভিযান

NIAই চলালে কেইবাখনো ৰাজ্যত সমান্তৰাল অভিযান

গাজোৱা-ই-হিন্দ সন্ত্ৰাসবাদৰ বিৰুদ্ধে NIAৰ অভিযান

বহুসংখ্যক আপত্তিজনক নথি-পত্ৰ, ডিজিটেল ডিভাইচ জব্দ

গাজোৱা-ই-হিন্দৰ সমৰ্থকৰ লগত পাকিস্তানৰ সম্পৰ্কৰ তথ্য

উল্লেখনীয় যে ভাৰত উপ-মহাদেশক সম্পূৰ্ণৰূপে ইছলামৰ দখললৈ অনাৰ পাকিস্তানৰ পৰা আৰম্ভ হোৱা এক চক্ৰান্ত যোৱা বছৰ পোহৰলৈ আহিছিল বিহাৰত। গাজোৱা-ই-হিন্দ শীৰ্ষক এই ষড়যন্ত্ৰৰ অংশ হিচাপে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বহু তথ্য বিহাৰ আৰক্ষীয়ে লাভ কৰিছিল। ইয়াৰ পিছতে বিষয়টো NIAৰ অধীনলৈ অনা হয়। দেওবাৰে NIAই মধ্যপ্ৰদেশৰ দিৱাছ জিলাত, গুজৰাটৰ গীৰ সোমনাথ জিলাত, উত্তৰ প্ৰদেশৰ আজমগড় জিলাত আৰু কেৰেলাৰ কোজিকোড জিলাত সমান্তৰালভাৱে তালাচী অভিযান চলায়। বহুসংখ্যক সন্দেহজনক লোকৰ বাসগৃহ তথা কাৰ্যালয় আদিত অভিযান চলাই NIAই। গাজোৱা-ই-হিন্দ পাকিস্তানৰ জেইন নামৰ এজন লোকে আৰম্ভ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.