অসমজীৱনশৈলীপ্ৰযুক্তিবিজ্ঞান

উত্তৰ পূৰ্বাঞ্চলত সম্পন্ন হ’ল প্ৰথমটো এনজিওপলাষ্টি বাইপাছ চাৰ্জাৰী

গুৱাহাটীস্থিত এপ'ল'  হস্পিতালত বাইপাছ চাৰ্জাৰীৰ ন-সংযোজন

গুৱাহাটীস্থিত এপ’ল’  হস্পিতালত বাইপাছ চাৰ্জাৰীৰ ন-সংযোজন। উত্তৰ পূৰ্বাঞ্চলত সম্পন্ন হ’ল প্ৰথমটো এনজিওপলাষ্টি অস্ত্ৰোপ্ৰচাৰ।

ইণ্ডিজিনিয়াছ দিজলভিং ষ্টেণ্ট ব্যৱহাৰ কৰি সম্পন্ন কৰে এ’প’ল হস্পিতালৰ অস্ত্ৰোপ্ৰচাৰ।

হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতুপৰ্ণ বৰুৱা ,ডাঃ দি.জে. দত্তৰ নেতৃত্বত এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়। মেটেলিক ষ্টেণ্টৰ দ্বৰে কাম কৰিব এই নতুন ষ্টেণ্টে।

অৰুণাচল প্ৰদেশৰ ৪৪ বছৰীয়া এজন হৃদৰোগীক এই বিশেষ অস্ত্ৰোপ্ৰচাৰৰ প্ৰদান কৰে এপ’ল’ হস্পিতালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.