ইউনাইটেড কিংদমবিশ্ব

কথাতে কটা যায়, কথাতে বঁটা পায়

কথাতে কটা যায়,কথাতে বঁটা পায়৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এগৰাকী প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত৷ দায়িত্বজ্ঞানহীন বক্তব্যৰ বাবে ক্ষমা খুজিবলৈ বাধ্য হ’ল ৰাষ্ট্ৰ প্ৰধানজনে৷

ইছলামৰ বিৰুদ্ধে মাত মাতি মাতিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে৷ তেওঁ কৈছিল,  বোৰ্খা পিন্ধি থকা মহিলা সকল লেটাৰ বক্সত থকাৰ দৰে হয়৷ এই ধৰণৰ বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হোৱা ব্যক্তি গৰাকী হ’ল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন৷

ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত ক্ষমা খুজিবলৈ বাধ্য হয় প্ৰধানমন্ত্ৰী জনছন৷ তেওঁ এই সন্দৰ্ভত কয়, গুৰুত্বপূৰ্ণ পদত থকা ব্যক্তিয়ে এনে মন্তব্য দিব নালাগিছিল। সেয়ে তেওঁ ক্ষমা খোজে৷

অৱশ্যে ইংৰাজ প্ৰধানমন্ত্ৰী জনে এইটোও কয়,  তেওঁ কোনো ইছলাম বিৰোধী মন্তব্য কৰা না

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + nineteen =

Back to top button