অসমউৎসৱ

চিলা উৰুৱাই উৰিছে মন, ব্ৰহ্মপুত্ৰৰ বাকৰিত উৰিছে ৰং-বিৰঙী চিলা…

সকলোৱে চিলা উৰুৱাই লৈছে আনন্দ। চিলা উৰুৱাই এৰি অহা ল'ৰালিলৈ উভতি গৈছে বহুতো।

ৰং-বিৰঙী চিলাৰে ভৰিছে নীলাকাশ। ব্ৰহ্মপুত্ৰৰ বালিচৰত চিলা উৰুৱাবলৈ ভিৰ কৰিছে বহুতেই। আৰম্ভ হ’ল ১১ সংখ্যক জীৱন চিলা মহোৎসৱ।

চিলা উৰুৱাই উৰিছে মন, ব্ৰহ্মপুত্ৰৰ বাকৰিত উৰিছে ৰং-বিৰঙী চিলা...
Girls participates in the 11th edition of Jeevan Kite River Festival, a river beach event organized by the Jeevan on the bank of the Brahmaputra opposite Fancy Bazar ,Guwahati was kicked off on today on 12-02-22. The main motto of this festival is to create beauty out of garbage and utilize the bank of Brahmaputra River to woo tourists. The five-day-long festival includes several activities like kite flying, adventure sports, cultural shows and a host of other events.Pix by UB Photos

গুৱাহাটী মহানগৰীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰৰ বালিচৰত সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে এই মহোৎসৱ। সকলোৱে উৰুৱাইছে বিভিন্ন আকৃতিৰ নানাৰঙী চিলা।

চিলা উৰুৱাই উৰিছে মন, ব্ৰহ্মপুত্ৰৰ বাকৰিত উৰিছে ৰং-বিৰঙী চিলা...
Girls participates in the 11th edition of Jeevan Kite River Festival, a river beach event organized by the Jeevan on the bank of the Brahmaputra opposite Fancy Bazar ,Guwahati was kicked off on today on 12-02-22. The main motto of this festival is to create beauty out of garbage and utilize the bank of Brahmaputra River to woo tourists. The five-day-long festival includes several activities like kite flying, adventure sports, cultural shows and a host of other events.Pix by UB Photos

ব্ৰহ্মপুত্ৰৰ বালিচৰত চিলা উৰুওৱাৰ লগতে থলুৱা খাদ্য সম্ভাৰৰো জুতি লৈছে চিলাপ্ৰেমীয়ে। চিলাৰ বিপণিৰে সমৃদ্ধ জীৱন চিলা মহোৎসৱলৈ আগমন ঘটিছে অসংখ্য লোকৰ। সকলোৱে চিলা উৰুৱাই লৈছে আনন্দ। চিলা উৰুৱাই এৰি অহা ল’ৰালিলৈ উভতি গৈছে বহুতো। পেলনীয়া সামগ্ৰী আৰু থলুৱা আচবাবেৰে সজাই তোলা হৈছে জীৱন চিলা মহোৎসৱৰ বাকৰি। শিশুৰ মনোৰঞ্জনৰ বাবেও সংযোজন কৰা হৈছে দুঃসাহসিক ক্ৰীড়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button