অসমখেলদৈনিক বাতৰিভাৰত

প্ৰধানমন্ত্ৰীয়ে নিলাম কৰিলে অলিম্পিয়ানৰ উপহাৰ! সৰ্বাধিক মূল্য লাভলিনাৰ বক্সিং গ্ল’ভছৰ

এমাহযোৰি চলিব এই নিলাম প্ৰক্ৰিয়া

দেশৰ সাংস্কৃতি মন্ত্ৰালয়ে আয়োজন কৰিছে ই-নিলাম। ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰা হৈছে। ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে।

এমাহযোৰি চলিব এই নিলাম প্ৰক্ৰিয়া। ই-নিলামৰ পৰা পোৱা ধন প্ৰদান কৰা হ’ব নমামি গঙ্গা মিছনক।

ই-নিলামত অসমৰ বক্সাৰ লাভলিনাৰ বক্সিং গ্ল’ভছ যোৰৰ নিবিদা সৰ্বাধিক। এতিয়ালে ১০কোটি অতিক্ৰম কৰিছে গ্ল’ভছ যোৰৰ নিবিদাই।

খেলুৱৈসকলৰ অটোগ্ৰাফ ফ্ৰেমৰ বাবে নিবিদাও এক কোটি অতিক্ৰম কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.